Cartoon
View Older
গুৱাহাটী, ২ মে’:জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অগ্ৰগতি। দ্বাদশ ৰাউণ্ডত হিমন্ত বিশ্ব শৰ্মাই ৭২,৭৫৭টা ভোট লাভ কৰাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰে ১৮,৭৫২টা ভোট।
ত্ৰয়োদশ ৰাউণ্ডলৈ সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাই লাভ কৰে ৭৯,৫৮৯টা ভোট।ৰমেন বৰঠাকুৰে লাভ কৰে ২০,০৪২টা ভোট।
৫৯,৫৪৭টা ভোটত আগবাঢ়ি আছে হিমন্ত বিশ্ব শৰ্মা।
Comments