Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে ল'লে অৱসৰ


Published on May 2, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

অহা ৩ মে'ৰ পৰা ২০ মে'লৈ ভাৰতত সম্পুৰ্ণ লকডাউন,সম্ভৱনে?


Published on May 2, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,২ মে': ভাৰতবৰ্ষত কৰ'না ভাইৰাছৰ তীব্ৰ সংহাৰৰ মাজত অহা ৩ মে'ৰ পৰা ২০ মে'লৈ ভাৰতত সম্পূৰ্ণ লকডাউনৰ দাবী কৰি ছ'চিয়েল মিডিয়াত একাংশ প'ষ্ট ভাইৰেল হৈ পৰে।

এই কথা চৰকাৰে পিছত নস্যাৎ কৰে। পি আই বিৰ তথ্য মতে, চৰকাৰে 'ভাৰতত সম্পূৰ্ণ লকডাউন'ৰ কোনোধৰণৰ ঘোষণা কৰা নাই।

চৰকাৰে ৰাজ্যসমূহৰ কৰ্মচাৰীক ঘৰৰ পৰায়ে কাম কৰিবলৈ উদগনি যোগাইছে। সকলো জিলা দণ্ডাধীশে ৰাষ্ট্ৰীয় নিৰ্দেশনাৰ লগতে ৰাজ্যিক পৰ্যায়ৰ সকলো নিৰ্দেশনা কঠোৰভাৱে বলবৎ কৰিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে নিশাৰ কাৰফিউ, ৰাজনৈতিক, সামাজিক, ধৰ্মীয়, ক্ৰীড়া বা মনোৰঞ্জনৰ উদ্দেশ্যে ৰাজহুৱা সকলো সমাৱেশ নিষিদ্ধ কৰিছে, তদুপৰি বিবাহত উপস্থিতি ৫০ জনলৈকে হ্ৰাস কৰাৰ লগতে অন্ত্যেষ্টিক্ৰিয়াত ২০ লৈ এই সংখ্যা হ্ৰাস কৰিছে, শ্বপিং কমপ্লেক্স, চিনেমা হল, জিম, স্পা, ৰেষ্টুৰেণ্ট, ষ্টেডিয়াম বন্ধ কৰা হৈছে । 

 


Published on January 1, 1970|News Source :

অসমবাসীক ধন্যবাদ জনাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ এক বিশেষ আহ্বান


Published on May 2, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ২ মে’:এই পৰ্যন্ত শান্তিপূৰ্ণভাৱে ক'ভিড প্ৰটকল মানি সমগ্ৰ ৰাজ্যত ভোটগণনা চলি থকাৰ মাজতেই অসমবাসীক ধন্যবাদ জনাই আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক বিশেষ আহ্বান জনাইছে।

তেওঁ সকলোকে এন-৯৫ মাস্ক পিন্ধিবলৈ আহ্বান জনাই কয় যে,"কাপোৰৰ মাস্ক বিশেষ সুৰক্ষিত নহয়।কাপোৰৰ মাস্কৰ জৰিয়তে কৰ'না সংক্ৰমনৰ আশংকা আছে।তেওঁ পৰাপক্ষত সকলোকে দুখন মাস্ক পিন্ধিবলৈ আহ্বান জনায়।

আনহাতে তেওঁ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ অসম আৰক্ষী সাজু হৈ থকাৰ কথা অৱগত কৰি জয়ী প্ৰাৰ্থীক ৰাজপথত কোনো ধৰণৰ বিজয় উৎসৱ পালন কৰিবলৈ ওলাই নাহিবলৈ আহ্বান জনাইছে।

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account