Choose Language

  • All  
  • English
  • অসমীয়া

নৱ-নিৰ্বাচিত বিধায়ক সকললৈ এ.বি.ভি.পি. অসম প্ৰদেশৰ অভিনন্দন


Published on May 3, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ বিজয়ী প্ৰাৰ্থী সকল


Published on May 3, 2021|News Source : বিজয় শংকৰ বৰা

 

গুৱাহাটী, ৩ মে': সমষ্টি অনুযায়ী অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ বিজয়ী প্ৰাৰ্থী সকল :

ৰাতাবাৰী – বিজেপি – বিজয় মালাকাৰ
পাথাৰকান্দি – বিজেপি – কৃষ্ণেন্দু পাল
কৰিমগঞ্জ(উত্তৰ) – কংগ্ৰেছ – কমলাক্ষ দে পুৰকায়স্থ
কৰিমগঞ্জ(দঃ) – কংগ্ৰেছ – ছিদ্দিক আহমেদ
বদৰপুৰ – AIUDF – আব্দুল আজিজ
হাইলাকান্দি – AIUDF – জাকিৰ হুছেইন লস্কৰ
কাটলিচেৰা – AIUDF- ছুজামুদ্দিন লস্কৰ
আলগাপুৰ -AIUDF – নিজামুদ্দিন চৌধুৰী
শিলচৰ – বিজেপি – দ্বিপায়ন চক্ৰৱৰ্তী
সোণাই – AIUDF – কৰিম উদ্দিন বৰভূঞা
ঢলাই – বিজেপি – পৰিমল শুক্লবৈদ্য
উদাৰবন্দ – বিজেপি – মিহিৰকান্তি ছুম
লক্ষীপুৰ – বিজেপি – কৌশিক ৰায়
বৰখলা -কংগ্ৰেছ – মিছবাহুল ইছলাম লস্কৰ
কাটিগড়া – কংগ্ৰেছ – খলিলুদ্দিন বৰভূঞা
হাফলং – বিজেপি – নন্দিতা গাৰলোছা
বোকাজান – বিজেপি – নোমল মোমিন
হাওৰাঘাট – বিজেপি – দৰছিং ৰংহাং
ডিফু -বিজেপি – বিদ্যাসিং ইংলেং
বৈঠালাংছ’ – বিজেপি – ৰূপছিং টেৰণ
মানকাচৰ – AIUDF – আমিনুল ইছলাম
দক্ষিণ শালামাৰা – কংগ্ৰেছ – ৱাজেদ আলী চৌধুৰী
ধুবুৰী – AIUDF – নজৰুল হক
গৌৰিপুৰ -AIUDF – মিজানুৰ ৰহমান
গোলকগঞ্জ – কংগ্ৰেছ – আব্দুছ সোবাহান আলী সৰকাৰ
বিলাসীপাৰা (পশ্চিম) -AIUDF – হাফিজ বছিৰ কাছিমী
বিলাসীপাৰা(পূঃ) – AIUDF – ছামছুল হুদা
গোসাঁইগাঁও – BPF – মাজেন্দ্ৰ নাৰ্জাৰী
কোকাৰাঝাৰ(পূঃ) – UPPL – লৰেন্স ইছলাৰী
কোকৰাঝাৰ(পশ্চিম) – BPF – ৰবিৰাম নাৰ্জাৰী
ছিদলি -UPPL – জয়ন্ত বসুমতাৰী
বঙাইগাঁও – অগপ – ফণীভূষণ চৌধুৰী
বিজনী -বিজেপি – অজয় কুমাৰ ৰয়
অভয়াপুৰী(উত্তৰ) – কংগ্ৰেছ – আব্দুল বাতিন খণ্ডকাৰ
অভয়াপুৰী(দক্ষিণ) – কংগ্ৰেছ – প্ৰদীপ সৰকাৰ
দুধনৈ -কংগ্ৰেছ – যাদৱ স্বৰ্গীয়াৰী
গোৱালপাৰা(পূঃ) – কংগ্ৰেছ – আবুল কালাম ৰশিদ আলম
গোৱালপাৰা(পশ্চিম) -কংগ্ৰেছ – আব্দুৰ ৰশিদ মণ্ডল
জলেশ্বৰ -কংগ্ৰেছ – আফতাবুদ্দিন মোল্লা
সৰভোগ -CPIM – মনোৰঞ্জন তালুকদাৰ
ভৱানীপুৰ -AIUDF – ফণী তালুকদাৰ
পাটাছাৰকুছি – বিজেপি – ৰঞ্জিত দাস
বৰপেটা – কংগ্ৰেছ – আব্দুৰ ৰহিম আহমেদ
জনীয়া – AIUDF – হাফিজ ৰফিুকুল ইছলাম
বাঘবৰ – কংগ্ৰেছ – শ্বেৰমান আলী
সৰুক্ষেত্ৰী কংগ্ৰেছ জাকিৰ হুছেইন সিকদাৰ
চেঙা -AIUDF – আশ্ৰাফুল হুছেইন
বকো -কংগ্ৰেছ – নন্দিতা দাস
ছয়গাঁও -কংগ্ৰেছ – ৰেকিবুদ্দিন আহমেদ
পলাশবাৰী -বিজেপি – হেমাংগ ঠাকুৰীয়া
জালুকবাৰী – বিজেপি – হিমন্ত বিশ্ব শৰ্মা
দিছপুৰ -বিজেপি – অতুল বৰা
গুৱাহাটী(পূঃ) – বিজেপি – সিদ্ধাৰ্থ ভট্টাচাৰ্য
গুৱাহাটী(পশ্চিম) – অগপ – ৰমেন্দ্ৰ নাৰায়ণ কলিতা
হাজো -বিজেপি – সুমন হৰিপ্ৰিয়া
কমলপুৰ – বিজেপি- দিগন্ত কলিতা
ৰঙিয়া – বিজেপি – ভৱেশ কলিতা
তামুলপুৰ – UPPL- লেহোৰাম বড়ো
নলবাৰী -বিজেপি- জয়ন্ত মল্ল বৰুৱা
বৰক্ষেত্ৰী -কংগ্ৰেছ -দিগন্ত বৰ্মন
ধৰ্মপুৰ -বিজেপি -চন্দ্ৰমোহন পাটোৱাৰী
বৰমা -UPPL -ভূপেন বড়ো
চাপাগুৰি -UPPL -ইউ জি ব্ৰহ্ম
পানেৰী -BJP -বিশ্বজিত দৈমাৰী
কলাইগাঁও -BPF- দুৰ্গাদাস বড়ো
ছিপাঝাৰ -বিজেপি- পৰমানন্দ ৰাজবংশী
মঙলদৈ -কংগ্ৰেছ – বসন্ত দাস
দলগাঁও -AIUDF- মজিবুৰ ৰহমান
ওদালগুৰি -UPPL- গোবিন্দ বসুমতাৰী
মাজবাট -BPF -চৰণ বড়ো
ঢেকীয়াজুলি -বিজেপি- অশোক সিংঘাল
বৰছলা -বিজেপি -গণেশ লিম্বু
তেজপুৰ -অগপ- পৃথ্বীৰাজ  ৰাভা
ৰঙাপাৰা -বিজেপি -কৃষ্ণকমল তাঁতী
চতিয়া -বিজেপি- পদ্ম হাজৰিকা
বিশ্বনাথ -বিজেপি- প্ৰমোদ বৰঠাকুৰ
বিহালী -বিজেপি- ৰঞ্জিত দত্ত
গহপুৰ- বিজেপি - উৎপল বৰা
জাগীৰোড -বিজেপি- পীযুষ হাজৰিকা
মৰিগাঁও -বিজেপি- ৰমাকান্ত দেউৰী
লাহৰিঘাট -কংগ্ৰেছ- আছিফ মহম্মদ নাজাৰ
ৰহা -কংগ্ৰেছ- শশীকান্ত দাস
ধিং -AIUDF- আমিনুল ইছলাম
বটদ্ৰৱা -কংগ্ৰেছ- শিৱামণি বৰা
ৰূপহীহাট -কংগ্ৰেছ – নুৰুল হুদা
নগাঁও- বিজেপি -ৰূপক শৰ্মা
বঢ়মপুৰ -বিজেপি- জিতু গোস্বামী
চামগুৰি -কংগ্ৰেছ- ৰকিবুল হুছেইন
কলিয়াবৰ -অগপ- কেশৱ মহন্ত
যমুনামুখ -AIUDF -ছিৰাজুদ্দিন আজমল
হোজাই -বিজেপি -ৰামকৃষ্ণ ঘোষ
লামডিং- বিজেপি- শিবু মিশ্ৰ
বোকাখাত- অগপ -অতুল বৰা
সৰুপথাৰ -বিজেপি -বিশ্বজিত ফুকন
গোলাঘাট -বিজেপি- অজন্তা নেওগ
খুমটাই -বিজেপি -মৃণাল শইকীয়া
দেৰগাঁও -অগপ- ভৱেন ভড়ালী
যোৰহাট -বিজেপি- হিতেন্দ্ৰনাথ গোস্বামী
মাজুলী -বিজেপি- সৰ্বানন্দ সোণোৱাল
তিতাবৰ -কংগ্ৰেছ -ভাস্কৰজ্যোতি বৰুৱা
মৰিয়নী -কংগ্ৰেছ- ৰূপজ্যোতি কুৰ্মী
টীয়ক- অগপ -ৰেণুপমা ৰাজখোৱা
আমগুৰি -অগপ -প্ৰদীপ হাজৰিকা
নাজিৰা -কংগ্ৰেছ- দেৱব্ৰত শইকীয়া
মাহমৰা -বিজেপি- যোগেন মহন
সোণাৰি -বিজেপি – ধৰ্মেশ্বৰ কোঁৱৰ
থাওৰা -কংগ্ৰেছ – সুশান্ত বৰগোঁহাই
শিৱসাগৰ -ৰাইজৰ দল -অখিল গগৈ
বিহপুৰীয়া -বিজেপি -অমিয় কুমাৰ ভূঞা
নাওবৈচা -কংগ্ৰেছ -ভৰত নৰহ
লখিমপুৰ -বিজেপি -মানৱ ডেকা
ঢকুৱাখনা -বিজেপি -নৱ দলে’
ধেমাজি -বিজেপি -ৰণোজ পেগু
জোনাই -বিজেপি -ভূবন পেগু
মৰাণ -বিজেপি -চক্ৰধৰ গগৈ
ডিব্ৰুগড় -বিজেপি -প্ৰশান্ত ফুকন
লাহোৱাল -বিজেপি- বিনোদ হাজৰিকা
দুলীয়াজান -বিজেপি -তেৰছ গোৱালা
টিংখাং -বিজেপি- বিমল বৰা
নাহৰকটীয়া -বিজেপি – তৰংগ গগৈ
চাবুৱা -অগপ -পোণাকন বৰুৱা
তিনিচুকীয়া -বিজেপি- সঞ্জয় কিষাণ
ডিগবৈ -বিজেপি -সুৰেন ফুকন
মাৰ্ঘেৰিটা – বিজেপি -ভাস্কৰ শৰ্মা
ডুমডুমা -বিজেপি – ৰূপেশ গোৱালা
শদিয়া -বিজেপি – বলীন চেতিয়া

মেডিকেল-স্মাতকোত্তৰ শ্ৰেণীৰ বাচনি পৰীক্ষা স্থগিত


Published on May 3, 2021|News Source : অৰূপ ডেকা

 

গুৱাহাটী, ৩ মে': কেন্দ্ৰীয় চৰকাৰে ক'ভিডৰ বৰ্ধিত হাৰৰ বাবে মেডিকেল-স্মাতকোত্তৰ শ্ৰেণীৰ বাচনি পৰীক্ষা ৪ মাহলৈ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়। তাৰ পৰিৱৰ্তে ক'ভিডৰ চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক ক'ভিড-১৯ ব্যৱস্থাপনাত নিয়োজিত কৰা হ'ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি কয় যে, "চৰকাৰে উক্ত বিষয় সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিছে, ইয়াৰ ফলত ক'ভিড কৰ্তব্যত নিয়োজিত চিকিৎসা কৰ্মীৰ সেৱাত শিক্ষাৰ্থীসকলৰ উপলব্ধতাই যথেষ্ট পৰিমাণে সহায় কৰিব। লগতে মোডীয়ে কয়, "মেডিকেল- স্নাতকোত্তৰ শ্ৰেণীৰ বাচনি পৰীক্ষা কমেও ৩১ আগষ্টলৈকে অনুষ্ঠিত কৰিব পৰা নহ'ব। পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে শিক্ষাৰ্থীসকলক কমেও এমাহ সময় দিয়া হ'ব।"

প্ৰধানমন্ত্ৰী গৰাকীয়ে পূৰ্বতে অন্তিম বৰ্ষৰ মেডিকেলৰ অন্তিম বৰ্ষৰ শিক্ষাৰ্থীসকলক ক'ভিড-১৯ ৰ ঘটনাসমূহ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসক সকলক বিভিন্ন কামত সহায় কৰি কিছু পৰিমানে দায়িত্ব হ্ৰাস কৰাৰ কথা চিন্তা কৰিছিল, আৰু বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীয়ে এই চিন্তাধাৰাক প্ৰকৃতাৰ্থত সম্পন্ন কৰা দেখা গৈছে। লগতে বি.এছ.চি./জি.এন.এম. অৰ্হতা থকা নাৰ্চসকলক পূৰ্ণ-সময়ৰ ক'ভিড কৰ্তব্যৰ বাবে নিয়োজিত কৰা হ'ব পাৰে বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে।

"ক'ভিড চিকিৎসাত সেৱা প্ৰদান কৰা শিক্ষাৰ্থীসকলক নূন্যতম ১০০ দিনৰ ক'ভিড কৰ্তব্য সম্পূৰ্ণ কৰাৰ পিছত আগন্তুক দিনত নিয়মীয়া চৰকাৰী নিযুক্তিত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি মোডীয়ে জানিবলৈ দিয়ে। এনে সকলো স্বাস্থ্যসেৱাত জড়িত কৰ্মীসকলৰ বাবে চৰকাৰৰ বীমা আঁচনিৰ অধীনত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি প্ৰধানমন্ত্ৰী গৰাকীয়ে জনায়। 

 

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account