Choose Language

  • All  
  • English
  • অসমীয়া

ভাৰতত প্ৰয়োগ কৰক লকডাউন,প্ৰধানমন্ত্ৰীক জনালে আহ্বান


Published on May 4, 2021 | News Source: জনমভূমি নিউজডেস্ক
Share This Page
Related Stories

অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব - গেৰুৱা দলৰ সংসদীয় বৰ্ডৰ বৈঠকত চুড়ান্ত সিদ্ধান্ত লোৱা হ'ব


Published on May 4, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ৪ মে: অসমত এইবাৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰী কোন হ'ব -- সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা -- তাকে লৈ ৰাজ্যখনৰ সৰ্বত্ৰ জল্পনা কল্পনা চলি থকাৰ মাজতে আজি অনুষ্ঠিত হ'ব লগা গেৰুৱা দলটোৰ সংসদীয় বৰ্ডৰ ভাৰ্চুৱেল বৈঠকত এই বিষয়ত চুড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি বিজেপিৰ এক সূত্ৰই জানিবলৈ দিছে।

যিহেতু বিজেপি এইবাৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে কাকো প্ৰক্ষেপ কৰা নাছিল, ইয়াৰ ফলত এতিয়া বিজেপি মিত্ৰজোঁটৰ ভিতৰে বাহিৰে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ সম্পৰ্কত জল্পনা কল্পনাৰ অৱকাশ আহি পৰিছে।

বিজেপি সংসদীয় বৰ্ডৰ অন্যতম সদস্য তথা কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আজি দলটোৰ  সংসদীয় বৰ্ডৰ বাৰ্তালৈ অসমলৈ অহাৰ কথা। টোমৰ আহি পোৱাৰ পিছতে বিজেপি মিত্ৰজোঁটে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ দাখিল কৰিব।

ছিকিম ক'ভিড আপডেট: ২৭ জন নতুনকৈ সংক্ৰমিত, ১জনৰ মৃত্যু


Published on May 4, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৪ মে: ছিকিম স্বাস্থ্য বিভাগৰ ক'ভিড পজিটিভৰ তালিকা অনুসৰি ৰাজ্যখনত ক'ভিড-১৯ত আক্রান্তৰ ৮,৪৬৮ জনলৈ বৃদ্ধি পাইছে। ২৭ জন লোক নতুনকৈ ক'ৰনা ভাইৰাছত পজিটিভ হিচাপে চিনাক্ত হৈছে। সম্প্ৰতি এজন লোকৰ ক'ভিডত মৃত্যু হোৱাত বাবে ৰাজ্যখনত মৃত্যুৰ সংখ্যা ১৫০ লৈ বৃদ্ধি পাইছে।

নতুনকৈ ক'ভিড-১৯ ত আক্রান্ত হোৱা ব্যক্তিসমূহ ক্ৰমে পূৱ ছিকিমৰ পৰা ১৩ জন, পশ্চিম ছিকিমৰ পৰা ১০ জন আৰু দক্ষিণ ছিকিম জিলাৰ পৰা ৪ জন লোক ক'ভিড পৰীক্ষাত পজিটিভ হিচাপে চিনাক্তকৰণ হৈছে। বৰ্তমান ৰাজ্যখনত ৯৬,২৫৪ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে, ইয়াৰে ২৪ ঘন্টাৰ ভিতৰত ১১১ টা ক'ভিড পৰীক্ষা সম্পন্ন হৈছে।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account