Choose Language

  • All  
  • English
  • অসমীয়া

কভিশ্বিল্ডক লৈ সৃষ্টি হৈছে এক নতুন বিতৰ্ক,বিজ্ঞানীয়েও উলিয়াব পৰা নাই সমাধান


Published on May 4, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

ক'ভিড-১৯ সহায়: এছ বি আইয়ে আৱন্টন দিব ৭১ কোটি টকা


Published on May 4, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৪ মে:  ভাৰতীয় ষ্টেট বেংকে ক'ভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ ৭১ কোটি টকা আৱণ্টন দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। উক্ত ধনৰাশিৰে ক'ভিড-১৯ ত অতি বেছি ক্ষতিগ্রস্ত হোৱা ৰাজ্যসমূহত ৰোগীৰ চিকিৎসাৰ বাবে  ১০০০ বিচনা যুক্ত অস্থায়ী চিকিৎসালয় স্থাপন কৰা হ'ব। এছবিআইৰ ৰাজ্যিক মূৰব্বী সকলে অস্থায়ী চিকিৎসালয়ৰ বাবে ৩০ কোটি টকা আৱণ্টন কৰিছে।

উক্ত ৩০ কোটি টকাৰ ক'ভিড-১৯ৰ চিকিৎসা সেৱাৰ বাবে উপযুক্ত চিকিৎসা সঁজুলি ক্ৰয়, চিকিৎসালয়লৈ অক্সিজেন যোগান, ক'ভিড পৰিচৰ্যা কেন্দ্ৰ স্থাপন, এম্বুলেন্স, পিপিই কিট, মাস্ক আৰু লগতে ৰোগীৰ খাদ্য সামগ্রী প্ৰদানৰ বাবদ ২১ কোটি টকা ব্ৱহাৰ কৰা হ'ব। ভাৰতীয় ষ্টেট বেংকে ২২,০০০ তকৈও অধিক শাখাৰ বিস্তৃত নেটৱৰ্কৰ জৰিয়তে নাগৰিকসকলক ক'ভিড চিকিৎসাসেৱা আগবঢ়াব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

এছবিআইৰ এই সুবিধাসমূহ চৰকাৰী চিকিৎসালয় আৰু দৰিদ্র চহৰসমূহৰ পৌৰ নিগমৰ সহযোগত স্থাপন কৰা হ'ব। সদ্যহতে ভাৰতীয় ষ্টেট বেংকে, বেংকৰ কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ টিকাকৰণৰ বাবে বিভিন্ন চিকিৎসালয়ৰ সৈতে চুক্তিবদ্ধ হৈছে।

১১মে'ৰ পৰা নহয় মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষা:'ছেবা'ৰ ঘোষণা 


Published on May 4, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৪ মে':ৰাজ্যৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষা স্থগিত কৰা হৈছে।ৰাজ্যৰ ভয়াবহ ক'ভিড পৰিস্থিতিৰ বাবে ছেবাই এই সিদ্ধান্ত লৈছে।

সংবাদ মাধ্যমক এই কথা জনাই ছেবা কৰ্তৃপক্ষই জনাইছে যে,"বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা স্থগিত ৰখা হৈছে।

পৰৱৰ্তী সময়ত পৰিস্থিতি উন্নত হ’লে পুনৰ হ’ব পৰীক্ষা।উল্লেখযোগ্য যে,১১ মে’ত অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।

Cartoon
View Older

 

May 6, 2021


Entertainment
View Older


From Our Archive

Create Account