Choose Language

  • All  
  • English
  • অসমীয়া

ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সদ্য স্থগিত আই.পি.এল


Published on May 5, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

মমতাৰ হেটট্ৰিক:একেৰাহে তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতা বেনাৰ্জীয়ে


Published on May 5, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৫ মে':মমতাৰ হেটট্ৰিক।একেৰাহে তৃতীয়বাৰৰ বাবে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে মমতা বেনাৰ্জীয়ে।আজি ৰাজভৱনত ৰাজ্যপাল জগদ্বীপ ধানকাৰৰ ওচৰত মমতাই পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰে।

নতুন মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়েই ক'ভিডৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰে মমতাই।

নতুন চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰটোৱেই বুলি উল্লেখ কৰি শপত গ্ৰহণ কৰিয়েই ক'ভিড পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হয় মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।

কলকাতা আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰিলে বিজেপি নেতা জে পি নাড্ডাৰ মঞ্চ


Published on May 5, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৫ মে': কলকাতাৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সমীপত তৈয়াৰ কৰা জে পি নাড্ডাৰ কাৰ্যসূচীৰ বাবে নিৰ্ধাৰিত মঞ্চ আৰক্ষীয়ে ভাঙি লণ্ডভণ্ড কৰিলে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে ৰাজ্যিক মুৰব্বী দিলীপ ঘোষৰ সৈতে মুৰলীধৰ সেন ৰ'ডৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত বহি প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে মঞ্চ তৈয়াৰ কৰা হৈছিল। 

পশ্চিমবংগ নিৰ্বাচনৰ পিছত হোৱা বিজেপি কৰ্মীসকলৰ হত্যাৰ  প্ৰতিবাদ কৰাৰ উদ্দেশ্যে উক্ত মঞ্চ তৈয়াৰ কৰা হৈছিল। ইয়াৰ পূৰ্বে ৪ মে'ত নাড্ডাই পশ্চিম বংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত বিজেপি কৰ্মীসকলৰ পৰিয়ালক সাক্ষাৎ কৰি কয় যে, "স্বাধীন ভাৰতত ইমান অসহিষ্ণুতা কেতিয়াও দেখা পোৱা নাছিল, ই সঁচাকৈয়ে গৰিহণাৰ যোগ্য।"

সম্প্ৰতি বিজেপি কৰ্মীসকলে হেষ্টিংছৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্য্যসূচী অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে।

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account