Choose Language

  • All  
  • English
  • অসমীয়া

ডিব্ৰুগড়ত মহিলাৰ গাত এচিড ঢলা অপৰাধৰ মূল অভিযুক্ত বুদ্ধদেৱ দাসক গ্ৰেপ্তাৰ


Published on February 15, 2021 | News Source: জাভেদ হুছেইন
Share This Page
Related Stories

ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলত কভিড- ১৯ সন্ত্ৰাস ; ক্লাছ ৱানৰ এগৰাকী ছাত্ৰ ক'ভিড পজিটিভৰ পিছত আতংকিত পৰিবেশ


Published on February 12, 2021|News Source : জাভেদ হুছেইন

ডিব্ৰুগড়, ১২ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ চল্টব্ৰুক স্কুলত কভিড- ১৯ আতংক I যোৱা ১০ তাৰিখে ৰেপিড টেষ্টত সোনোৱাল উপাধিৰ ছাত্ৰ জনৰ দেহত ধৰা পৰে কৰ'না ভাইৰাছ। ছাত্ৰ জনৰ  পিতৃ মাতৃৰ দেহতো ধৰা পৰে কৰ'না ভাইৰাছ।

ৰূপনগৰৰ নিৱাসী ছাত্ৰ জন ক'ভিড পজিটিভ বুলি খবৰ বিয়পি পৰাত হুৱাদুৱা লাগে শিক্ষানুষ্ঠান খনত। ফলত বিদ্যালয় খনৰ সকলো ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীক কৰোৱা হয় ৰেপিড টেষ্ট।

সৌভাগ্যৰ বিষয় যে বিদ্যালয় খনৰ বাকী ১১৩ গৰাকী ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰীৰ ৰেপিড টেষ্ট নিগেটিভ। যোৱা মংগলবাৰৰ পৰা ছাত্ৰ জন বিদ্যালয়ত উপস্থিত নাছিল বুলি জনাইছে ছল্ট ব্ৰুক স্কুলৰ শিক্ষকে। আনহাতে যোৱা সোমবাৰে কভিডত আক্ৰান্ত হৈছিল ৯জন। শেহতীয়াকৈ কভিডত প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰতি লক্ষ্য কৰি আতংকিত হৈ পৰিছে ডিব্ৰুগড় চহৰ।

Cartoon
View Older

 

April 18, 2021




From Our Archive

Create Account