Choose Language

  • All  
  • English
  • অসমীয়া
0
0
4681

মুখ্যমন্ত্ৰী সোণোৱালে প্ৰফুল্ল কুমাৰ মহন্তৰ  আশুআৰোগ্যৰ কামনা কৰিছে


Published on February 19, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

প্ৰফুল্ল কুমাৰ মহন্তৰ ভিডিঅ’ বার্তা


Published on September 21, 2020|News Source : পৰাশৰ কলিতা
গুৱাহাটী , ২১ ছেপ্টেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বহুদিনৰ অন্তত পুনৰ ৰাইজৰ মাজলৈ উভতি আহিছে ।
আজি সামাজিক মাধ্যম ফেচবুক যোগে দিয়া এক ভিডিঅ' বাৰ্তাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জনে কয় যে - ' শাৰীৰিক অৱস্থাৰ বাবে মই চিকিৎসালয়ত ভৰ্তি হব লগা হৈছিল । আই চি অ'ত কৰা চিকিৎসাৰ অন্তত মই কিছু আৰোগ্য লাভ কৰিলোঁ । আজি মোক কৰ্তৃপক্ষই সাধাৰণ কোঠালৈ স্থানান্তৰ কৰিছে ।‘
অসুস্থ সময়ছোৱাত যিসকলে শুভেচ্ছা জনাইছে, আৰোগ্য কামনা কৰা সকলোকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জনে ধন্যবাদ জনাই আৰু আহি থকা দিনত পুনৰ ৰাইজৰ কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে ।
উল্লেখ্য যে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক ৪ ছেপ্টেম্বৰ তাৰিখে নিশা স্নায়ুজনিত ৰোগ আৰু ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈ গুৱাহাটী মহানগৰৰ ডাউন টাউন চিকিৎসালয়ত ভৰ্তি কৰিব লগা হৈছিল ।

পুনৰ সংকটজনক অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য


Published on January 16, 2021|News Source : জনমভূমি সংবাদ

গুৱাহাটী, ১৬ জানুৱাৰী: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত পুনৰ এবাৰ হূদৰোগৰ বাবে যোৱা নিশা গুৱাহাটী মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমান সংকটজনক অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য ৷ ডাউন টাউন চিকিৎসালয়ৰ আই.চি.ইউত আছে আৰু প্ৰতিটো মুহুৰ্ততে বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।

 

Cartoon
View Older

 

April 20, 2021



North-East
View Older

From Our Archive

Create Account