Classifieds
View All
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে বৰ্তমানে নতুন দিল্লীৰ সৰ্বভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল কুমাৰ মহন্তৰ আশুআৰোগ্যৰ কামনা কৰিছে।
প্ৰাক্তন মূখ্যমন্ত্ৰী গৰাকীয়ে অতি শীঘ্ৰে সুস্হৈ ৰাইজৰ সেৱাত পুনৰ আত্মনিয়োগ কৰিব পাৰিব বুলি সোণোৱালে আশা প্ৰকাশ কৰে।
Comments
প্ৰফুল্ল কুমাৰ মহন্তৰ ভিডিঅ’ বার্তা
Published on September 21, 2020|News Source : পৰাশৰ কলিতা
পুনৰ সংকটজনক অৱস্থাত প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য
Published on January 16, 2021|News Source : জনমভূমি সংবাদ
গুৱাহাটী, ১৬ জানুৱাৰী: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত পুনৰ এবাৰ হূদৰোগৰ বাবে যোৱা নিশা গুৱাহাটী মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি বৰ্তমান সংকটজনক অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্য ৷ ডাউন টাউন চিকিৎসালয়ৰ আই.চি.ইউত আছে আৰু প্ৰতিটো মুহুৰ্ততে বিশিষ্ট চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।