Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,১৯ফেব্ৰুৱাৰী:ছত্ৰপতি শিবাজী মহাৰাজৰ জন্মবাৰ্ষিকীত বাবা ৰামদেবৰ ঘোষনা।কৰ'না ভাইৰাছৰ বাবে আয়ুৰ্বেদিক ঔষধ বনাব বাবা ৰামদেবে।
ছত্ৰপতি শিবাজী মহাৰাজৰ জন্মবাৰ্ষিকীক এক ঐতিহাসিক দিন বুলি উল্লেখ কৰি বাবা ৰামদেৱে কয় যে,"আয়ুৰ্বেদৰ গৱেষণাৰ বিষয়ে মানুহৰ মাজত সন্দেহ আছে।আমি সন্দেহ দূৰ কৰি গৱেষণাৰ আধাৰত কৰ'নাৰ ঔষধ তৈয়াৰ কৰিছো।"
অনুষ্ঠানত ৰামদেবে কৰ'না ভাইৰাছৰ ঔষধৰ গবেষনাৰ এখন কিতাপ মুকলি কৰে।এই অনুষ্ঠানত যোগগুৰু ৰামদেবৰ লগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ড০ হৰ্ষ বৰ্ধন আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী উপস্থিত আছিল।
Comments