Choose Language

  • All  
  • English
  • অসমীয়া

মেঘালয় চৰকাৰৰ সৌৰশক্তি উৎপাদন বৃদ্ধিৰ প্ৰয়াস


Published on February 19, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনিত দুৰ্ঘটনা, অসমৰ ৬জন শ্ৰমিকৰ মৃত্যু


Published on January 22, 2021|News Source : জনমভূমি সংবাদ

গুৱাহাটী, ২২ জানুৱাৰী: মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনি এটা সংঘটিত হোৱা এটা দুৰ্ঘটনাত নিম্নতম ৬জন ব্যক্তিৰ মৃত্যু খবৰ লাভ কৰা গৈছে ৷ পূব জয়ন্তীয়া পাহাৰৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি অসমৰ কৰিমগঞ্জ জিলাৰ পৰা যোৱা ৬জন ব্যক্তি কয়লা খনিত হোৱা দুৰ্ঘটনাৰ ফলত মৃত্যু মুখত পৰে ৷

উল্লেখ্য যে উক্ত স্থানতে ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অবৈধ কয়লা খননৰ সময়ত হোৱা দুৰ্ঘটনাৰ ফলত ১৫জনকৈ ব্যক্তিৰ মৃত্যু হৈছিল ৷

ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰে মেঘালয়ত অবৈজ্ঞানিকভাৱে কৰা খনন কাৰ্যত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছিল ৷

 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

November 28, 2021


Entertainment
View Older

North-East
View Older

From Our Archive

Create Account