Cartoon
View Older
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী: বিকল্প শক্তৰ উৎসৰ জনপ্ৰিয়তা বৃদ্ধিৰ যোগেদি শক্তৰ অভাৱ দূৰ কৰাৰ প্ৰয়াসেৰে মেঘালয় চৰকৰে ৰাজ্যখনত শূন্য বিনিয়োগৰ যোগেদি জনসাধাৰণক বাসগৃহৰ চালত সৌৰশক্ত উৎপাদন গোট স্থাপন কৰিবলৈ উৎসাহিত কৰিছে।
এই উদ্দেশ্য আগত ৰাখি কন'ৰাড চাংমাৰ চৰকাৰ খনে 'মেঘালয় ৰূফটপ চ'লাৰ প'ৰটেল' উন্মোচ কৰিছে। মূলতঃ মেয়ালয় বিদ্যুত শক্তি ৰ্কপৰেছনৰ এই প'ৰটেলৰ যোগেদি জনসাধাৰণে বিনিম শূণ্য ঘৰুৱা সৌৰশক্তি উৎপাদন গোট স্থাপনৰ বাবে যাবতীয় সকলো তথ্য পাব।
Comments
মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনিত দুৰ্ঘটনা, অসমৰ ৬জন শ্ৰমিকৰ মৃত্যু
Published on January 22, 2021|News Source : জনমভূমি সংবাদ
গুৱাহাটী, ২২ জানুৱাৰী: মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ অবৈধ কয়লা খনি এটা সংঘটিত হোৱা এটা দুৰ্ঘটনাত নিম্নতম ৬জন ব্যক্তিৰ মৃত্যু খবৰ লাভ কৰা গৈছে ৷ পূব জয়ন্তীয়া পাহাৰৰ জিলা আৰক্ষীয়ে জনোৱা অনুসৰি অসমৰ কৰিমগঞ্জ জিলাৰ পৰা যোৱা ৬জন ব্যক্তি কয়লা খনিত হোৱা দুৰ্ঘটনাৰ ফলত মৃত্যু মুখত পৰে ৷
উল্লেখ্য যে উক্ত স্থানতে ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে অবৈধ কয়লা খননৰ সময়ত হোৱা দুৰ্ঘটনাৰ ফলত ১৫জনকৈ ব্যক্তিৰ মৃত্যু হৈছিল ৷
ৰাষ্ট্ৰীয় সেউজ ন্যায়ধীকৰণৰে মেঘালয়ত অবৈজ্ঞানিকভাৱে কৰা খনন কাৰ্যত কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰিছিল ৷
Published on January 1, 1970|News Source :