Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২২ফেব্ৰুৱাৰী:নিউজ-১৮ক সাত উইকেটত হৰুৱাই দ্বিতীয় নর্থ-ইষ্ট মিডিয়া টি-২০ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্রৱেশ কৰিছে দৈনিক জনমভূমিয়ে৷গ্রুপত শীর্ষ স্থান দখলৰ লগতে নেট ৰান ৰেটৰ ভিত্তিত অন্তিম ৪ত প্রৱেশ কৰা দৈনিক জনমভূমিৰ দলটোৱে আজি এন ডি-২৪ৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷
বিমল ৰংপিৰ অলৰাউণ্ড প্রদর্শনৰ জৰিয়তে ১১.৫ অ’ভাৰতে দৈনিক জনমভূমিয়ে তিনি উইকেটৰ বিনিময়ত লক্ষ্য অতিক্রম কৰে৷প্রতিযোগিতাৰ আনখন ছেমি ফাইনেলত প্রতিদিন টাইমে ডি ডি কেৰ বিৰুদ্ধে খেলিব৷
Comments