Classifieds
View All
ডিব্ৰুগড়, ২৩ ফেব্ৰুৱাৰী: ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰত অঘটন।সমনিয়াৰ সৈতে চিলা উৰুৱাই থকা অবস্থাত দুমহলীয়া ঘৰৰ চাদৰ পৰা সৰি পৰিল নিৰজ প্ৰশাদ নামৰ এটি প্ৰায় ১০বছৰীয়া শিশু।সংকটজনক অৱস্থাত শিশুটিক হাস্পাতাললৈ লৈ যোৱা হৈছিল যদিও ডাক্তৰে মৃত ঘোষণা কৰে শিশুটিক।এই ঘটনাই শোকৰ ছা পেলাইছে গ্ৰেহেম বজাৰ অঞ্চলত।
Comments