Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৩ফেব্ৰুৱাৰী:কার্বি আংলঙৰ ৫টা সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ অস্ত্ৰ সম্বৰণ আৰু মূল সূঁতিলৈ প্ৰত্যাৱৰ্তন৷
PDCK, KLNLF, KPLT, KLF, UPLAৰ মুঠ ১,০৪০ গৰাকী সদস্যই কৰিব অস্ত্ৰ সম্বৰণ৷
শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহ অনুষ্ঠিত এই কাৰ্যসূচী৷
অসম চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত এই প্ৰত্যাৱৰ্তন অনুষ্ঠান৷
এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল উপস্থিত থাকিব৷
Comments