Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,২৫ ফেব্ৰুৱাৰী:সুদীৰ্ঘ দিনৰ পাছত অন স্ক্ৰীণত পুনৰ একেলগে দেখা পোৱা যাব শ্বাহৰুখ খান আৰু চলমান খানক।দুয়োজন অভিনেতা বৰ্তমান য়শৰাজ ফিল্মছে প্ৰযোজনা কৰা ‘পাঠান’ নামৰ এখন এক্সন থ্ৰিলাৰ চিনেমাৰ কামত ব্যস্ত আছে।
শ্বাহৰুখ-চলমানৰ উপৰিও দীপিকা পাডুকণ আৰু জন আব্ৰাহামকো মুখ্য ভুমিকাত দেখা পোৱা যাব।
উল্লেখযোগ্য যে, চলমান খানে ‘পাঠান'ত ‘টাইগাৰ’ নামৰ এটা কেমিঅ’ চৰিত্ৰত অৱতীৰ্ণ হ’ব।আনহাতে শ্বাহৰুখ আৰু দীপিকাই গুপ্তচৰৰ ভূমিকাত অভিনয় কৰিছে।
খলনায়কৰ ৰূপত আছে জন আব্ৰাহাম।২০২২ চনৰ আৰম্ভণিতেই পাঠান’ৰ মুক্তিলাভ হ’ব।
Comments