Choose Language

  • All  
  • English
  • অসমীয়া

প্ৰিয়ংকা গান্ধীয়ে উদ্ধোধন কৰিলে কংগ্ৰেছৰ ৫ গেৰাণ্টি অভিযান 


Published on March 2, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

বাদুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা: ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্যৰ মন্তব্যক তীব্ৰ সমালোচনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ


Published on January 8, 2021|News Source : জনমভূমি সংবাদ

বিতর্কিত মন্তব্য কৰা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য চন্দ্ৰমুখী দেৱী

গুৱাহাটী, ৮ জানুৱাৰী: কংগ্ৰেছৰ জেষ্ঠা নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাই ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এগৰাকী সদস্যৰ বাদুন দলবদ্ধ ধৰ্ষণৰ ঘটনা সম্পৰ্কত কৰা মন্তব্যৰ সমালোচনা কৰি কয় – “আমি এই ব্যৱহাৰেৰে নাৰীৰ সুৰক্ষা নিশ্চিত কৰাব পাৰিম নেকি ? মহিলা আয়োগৰ সদস্যই অপৰাধীৰ বলি হোৱা মহিলা গৰাকীক ধৰ্ষণৰ বাবে দোষ দিছে ৷ বাদুন কর্তৃপক্ষ কেৱল কোনে মৰণোত্তৰ প্ৰতিবেদন ফাদিল কৰিলে তাক লৈহে চিন্তিত ৷ এই সময়তে মুৰাদাবাদত আন এগৰাকী ধৰ্ষণ বলি হোৱা মহিলাই মৃত্যুৰ সৈতে যুদ্ধ কৰি আছে ৷ মহিলা লগতে এনেধৰণৰ প্ৰশাসন ব্যৱস্থা আৰু এনে অসন্মান কৰা কাৰ্যক কেতিয়াও ক্ষমা নকৰে ৷”

উল্লেখয় যে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সদস্য চন্দ্ৰমুখী দেৱীয়ে বাদুনৰ দলবদ্ধ ধৰ্ষণ ঘটনাত কৈছিল –“মই ভাৱো যে যদিহে ভুক্তভোগী মহিলা গৰাকীয়ে সন্ধিয়া বাহিৰলৈ পৰিয়ালৰ সদস্য অবিহনে ওলাই নগ’ল হয় তেন্তে হয়তো এনে ঘটনা সংঘটিত নহ’ল হয় ৷ যদিহে আৰক্ষীয়েও এই বিষয়ত শীঘ্ৰতাৰে ব্যৱস্থা ল’লে হয় তেন্তে তেতিয়াও হয়তো মহিলা গৰাকীক ৰক্ষা কৰিব পৰা গ’ল হয় ৷”

ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি ৰেখা শৰ্মাই এই বিষয়ত সামাজিক মাধ্যমৰ মন্তব্য কৰি কয় যে মই এই সদস্য গৰাকীয়ে কিয় কি কাৰণত এই মন্তব্য কৰিলে সেই সম্পৰ্কে জ্ঞাত নহয় ৷ এগৰাকী মহিলাই যেতিয়াই ইচ্ছা কৰে তেতিয়াই য’ত যাৱ খোজে যাৱ পাৰে ৷ মহিলাক সুৰক্ষা প্ৰদান কৰাটো সমাজ আৰু দেশৰ দায়িত্ব ৷

 

দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত প্ৰিয়ংকা গান্ধী:কামাখ্যা মন্দিৰত পূজা-অৰ্চনা


Published on March 1, 2021|News Source : প্ৰণৱজ্যোতি দত্ত (ফটো: ৰেৱ কুমাৰ বৰা)

প্ৰণৱজ্যোতি দত্ত,১ মাৰ্চ:দুদিনীয়া কাৰ্যসূচীৰে আজি অসমত উপস্থিত প্ৰিয়ংকা গান্ধী।

পুৱাই কামাখ্যা মন্দিৰত উপস্থিত হৈ প্ৰিয়ংকা গান্ধীয়ে পূজা-অৰ্চনা কৰে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰিংয়কা গান্ধীক অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আৰু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে আদৰণি জনায়।

প্ৰিয়ংকা গান্ধী গুৱাহাটীৰ পৰা লখিমপুৰলৈ যাব।

তেজপুৰ, লখিমপুৰকে ধৰি কেইবাখনো জনসভাৰ লগতে ৰেলীত অংশ লব কংগ্ৰেছ নেতীগৰাকীয়ে।

প্ৰিয়ংকা গান্ধীক সংগ দিব ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাই।

 

Cartoon
View Older

 

April 21, 2021




From Our Archive

Create Account