গুৱাহাটী, ৩ মাৰ্চঃ মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে আজি ক'ভিড ১৯ৰ প্ৰতিষেধক ছিটা লয়। বৰ্ষীয়াণ ৰাজ্যপাল জনক শ্বিলংৰ গনেশ দাস চৰকাৰী হস্পিতাল খনত কভিশ্বিল্ড প্ৰতিষেধক ছিটা দিয়া হয়।
গুৱাহাটী,২৬ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, সহকাৰী উপায়ুক্ত,জিলা তথ্য আৰু জনসংযোগ বিষয়াকে ধৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৩৫ জন বিষয়া কৰ্মচাৰীক আজি ক'ভিড ১৯ৰ প্ৰথম পালি প্ৰতিষেধক ছিটা প্ৰদান কৰা হয়।
বৃহস্পতিবাৰ পৰ্যন্ত অসমত ২,১৮,৪১৩ জন স্বাস্থ্যকৰ্মী আৰু ১,৭৪,০৩৮ জন অগ্ৰণী ক'ভিড যোদ্ধাক প্ৰতিষেধক ছিটা প্ৰদান কৰা হৈছে।
February 6, 2023
Comments
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ক'ভিড ১৯ৰ প্ৰতিষেধক ছিটা প্ৰদান
Published on February 26, 2021|News Source : জনমভূমি নিউজডেস্ক