Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৩ মাৰ্চ:বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দিল্লীত অমিত শ্বাহৰ বাসগৃহত বৈঠক।বিজেপি ৰাজ্যিক নেতৃত্বৰ সৈতে প্ৰথমে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
তাৰ পিছতেই সন্ধিয়া অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিত আন এক বৈঠকত মিলিত হৈছে অমিত শ্বাহ।
এই বৈঠকতে অগপ আৰু ইউপিপিএলক কোন কেইটা সমষ্টি বিজেপিয়ে এৰি দিব চূড়ান্ত কৰা হ’ব।এই তালিকা বিজেপিয়ে ৫ মাৰ্চত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰিব।
Comments