প্ৰণৱজ্যোতি দত্ত,৪ মাৰ্চ:প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হ’ব লগা ৪৭ টা সমষ্টিৰ অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা আহি পৰিছে।বৰ্তমানৰ ১২ গৰাকী বিজেপি বিধায়কে আৰু অগপৰ ৫ গৰাকী বিধায়কে এইবাৰ টিকট নাপায়।অগপ,বিজেপি আৰু ইউপিপিএলৰ সমষ্টিৰ ভাগ বতৰাকলৈ থকা জটিলতা এতিয়াও আতৰ হোৱা নাই।উল্লেখযোগ্য যে,কিন্তু এয়া চৰ্চিত প্ৰাৰ্থী তালিকাহে।মোডীয়ে চীল মোহৰ মৰাৰ পিছতহে নিশ্চিত হ’ব কোনে ক’ত পালে টিকট।কোন সমষ্টিত কোন দলৰ কোন প্ৰাৰ্থী হ’ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই।
অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ সাম্ভাব্য প্ৰাৰ্থী তালিকা:
1) ঢেকিয়াজুলি-অশোক সিংঘাল
2) বৰচলা-কিশোৰ উপাধ্যায়
3) তেজপুৰ - বৃন্দাৱন গোস্বামী/দীপক শইকীয়া (বন্ধুত্বপূৰ্ণ)
4) ৰঙাপাৰা-বাতাছ ওৰাং/পল্লৱ লোচন দাস/জিতেন বৰঠাকুৰ
5) চতিয়া - পদ্ম হাজৰিকা
6) বিশ্বনাথ-অগপ (বন্ধুত্বপূৰ্ণ)
7) বিহালী-ৰঞ্জিত দত্ত
8) গহপুৰ - উৎপল বৰা/হেমন্ত বিজয় মহন্ত
9) ধিং-অগপ
10)বটদ্ৰৱা-আঙুৰলতা ডেকা
11)ৰূপহী-অগপ
12)চামগুৰি-মণি মাধৱ মহন্ত(অগপ)
13)কলিয়াবৰ-কেশৱ মহন্ত(অগপ)
14)বোকাখাট-অতুল বৰা ( অগপ)
15)সৰুপথাৰ-অগপ
16)গোলাঘাট-অজন্তা নেওগ/বিতোপন শইকীয়া
17)খুমটাই - মৃণাল শইকীয়া
18)দেৰগাঁও-অগপ
19)যোৰহাট-হিতেন গোস্বামী/শান্তনু পূজাৰী
20)মাজুলি-সৰ্বানন্দ সোণোৱাল
21)তিতাবৰ-কৃষ্ণমণি চুতীয়া/হেমন্ত কলিতা
22)মৰিয়নী-কামাখ্যা প্ৰসাদ তাছা/অলক ঘোষ
23)টিয়ক-অগপ(শ্যামকানু মহন্ত)
24)আমগুৰি - অগপ (প্ৰদীপ হাজৰিকা)
25)নাজিৰা-ময়ুৰ বৰগোহাঁই
26)মাহমৰা-যোগেন মহন
27)সোণাৰি-পৱন বেদিয়া/স্বাক্ষৰ গগৈ
28)থাওৰা-কুশল দুৱৰী
29)শিৱসাগৰ তপন গগৈ
30)বিহপুৰীয়া-অমিয় ভূঞা/দেৱানন্দ হাজৰিকা
31)নাওবৈচা- অগপ ( জয়ন্ত খাউণ্ড )
32)লখিমপুৰ-মানৱ ডেকা/উৎপল দত্ত (বন্দুত্বপূৰ্ণ )
33)ঢকুৱাখনা-নৱ দলে
34)ধেমাজি-ৰণোজ পেগু
35)জোনাই-ভুৱন পেগু
36)মৰাণ-সুভাষ দত্ত
37)ডিব্ৰুগড়-প্ৰশান্ত ফুকন
38)লাহোৱাল-ঋতুপৰ্ণ বৰুৱা
39)দুলিয়াজান-তেৰছ গোৱালা/ইন্দ্ৰ গগৈ
40)টিংখাং-বিমল বড়া
41)নাহৰকটীয়া-বিকুল ডেকা(বন্ধুত্বপূৰ্ণ)
42)চাবুৱা-বিনোদ হাজৰিকা/পোণাকন বৰুৱা ( বন্ধুত্বপূৰ্ণ)
43)তিনিচুকীয়া-পুলক গোহাঁই
44)ডিগবৈ-সুৰেণ ফুকন/অৰুণজ্যোতি মৰাণ
45)মাৰ্ঘেৰিটা-লক্ষ্য কোঁৱৰ/ভাস্কৰ শৰ্মা
46)ডুমডুমা-সঞ্জয় কিষাণ
47)শদিয়া-বলীন চেতিয়া
Comments