Classifieds
View All
তিনিচুকীয়া: ৫ মাৰ্চ: অৱশেষত বিজেপিয়ে তিনিচুকীয়া বিধান সভা সমষ্টিত প্ৰাৰ্থী চূড়ান্ত কৰি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে। বিজেপিয়ে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত তিনিচুকীয়া সমষ্টিত প্ৰাৰ্থীত্ব লাভ কৰে সঞ্জয় কিষানে।
কিষাণ যোৱাবাৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰা জয়ী হৈ অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বিধায়ক গৰাকীয়ে পুনৰ তিনিচুকীয়া সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত সমৰ্থক সকল উৎফুল্লিত হৈ পৰিছে। তিনিচুকীয়া নগৰত এতিয়া ফটকা, আটছবাজি ফুটাই আৱতৰিয়া দিপাবলীৰ সৃষ্টি হৈছে।
Comments