Classifieds
View All
তিনিচুকীয়া: ৫ মাৰ্চ: অসম বিধানসভা সমষ্টিৰ একেবাৰে অন্তিম সমষ্টিটোৱেই হৈছে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টি। বহু জল্পনা- কল্পনাৰ অন্তত সমষ্টিটোত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম হয় বিধায়ক বলিন চেতিয়া।
মন্ত্ৰীত্ব লাভ নকৰিলেও অসম চৰকাৰৰ এগৰাকী প্ৰভাৱশালী বিধায়ক হিচাপে পৰিচিত বিধায়ক বলীন চেতিয়াই কেবিনেট মৰ্যদা লাভ কৰিছিল। ধনবলৰ আৰু জনবলত বিধায়ক হোৱা বলিন চেতিয়া বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈয়ো বিজেপিৰ পৰা প্ৰাৰ্থীত্ব আজুৰি আনিবলৈ সক্ষম হয়।
Comments