Classifieds
View All
তিনিচুকীয়া: ৫ মাৰ্চ: ডুমডুমাৰ স্থানীয় বিজেপি নেতা তথা তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণক ডুমডুমা বিধানসভা সমষ্টিত টিকট প্ৰদানৰ দাবীত বিজেপিৰ একাংশ তৃণমূল কৰ্মীয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
লক্ষেশ্বৰ মৰানে ডুমডুমা সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন কৰিছে। নিজেৰ পছন্দৰ নেতা গৰাকীক প্ৰাৰ্থীত্ব দিব লাগে বুলিয়ে আজি বিজেপিৰ একাংশ কৰ্মী ওলাই আহি ডুমডুমা পথ অৱৰোধ কৰে।
Comments