Classifieds
View All
তিনিচুকীয়া: ৫ মাৰ্চ: তিনিচুকীয়া জিলাৰ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি ডিগবৈ বিধানসভা সমষ্টি। সমষ্টিটোত এইবাৰ বিজেপিৰ পৰা টিকট বিচাৰিছিল সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা প্ৰভাৱশালী ছাত্ৰ নেতা অৰুণজ্যোতি মৰানে। কিন্তু বিধায়ক সুৰেন ফুকন এখোপ আগুৱাই গৈ বিজেপিৰ টিকট আজুৰি আনিলে।
তিনিচুকীয়া জিলাৰ আটাইতকৈ আকৰ্ষণীয় সমষ্টি ৰূপে পৰিগণিত হৈছিল ডিগবৈ বিধানসভা সভা সমষ্টি। বিজেপিৰ পৰা জয়ী হৈ বিধায়ক হোৱা সুৰেন ফুকণেই অবশেষত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে। তেখেতৰ সমৰ্থক সকলে ডিগবৈত আটছবাজি ফুটাই আনন্দ উল্লাস কৰিছে।
Comments