Classifieds
View All
তিনিচুকীয়া: ৫ মাৰ্চ: তিনিচুকীয়া জিলাৰ এটা উল্লেখযোগ্য সমষ্টি মাৰ্ঘেৰিটা বিধানসভা সমষ্টি। এই সমষ্টিত বৰ্তমান বিধায়ক হিচাপে আছে ভাস্কৰ শৰ্মা। তেখেত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি কংগ্ৰেছৰ দখলৰ পৰা আসনখন বিজেপিৰ দখললৈ আনিছিল।
সততে বিতৰ্কত সোমাই পৰা ভাস্কৰ শৰ্মাৰ কাষত এইবাৰ টিকট দাবীদাৰ হিচাপে লক্ষ্য কোঁৱৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি পুনৰ ভাস্কৰ শৰ্মাই বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি এঘৰী যুঁজিব।
Comments