Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৪ মাৰ্চ:কংগ্ৰেছৰ এক অদ্ভূত কাণ্ড।‘অসম বচাও আহক’ শ্লোগান ব্যৱহাৰ কৰা কংগ্ৰেছৰ মূখ্য অফিচিয়েল পেজত লাগিল এখন বিশেষ চাহ বাগানৰ ফটো।অসমৰ চাহ বাগিছা বুলি লগালে টাইৱানৰ চাহ বাগিছাৰ ফটো।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ফটো শ্বেয়াৰ কৰি কয় যে, অসম উদ্ধাৰ কৰোতা সকলে অসমৰ চাহ বাগিছা বুলি লগালে টাইৱানৰ চাহ বাগিছাৰ ফটো।ই অসমৰ চাহ বাগিছা আৰু চাহ শ্ৰমিকক অপমান কৰাৰ দৰে হৈছে।"
Comments