Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৭মাৰ্চ: অসম গণ পৰিষদে ঘোষণা কৰিলে প্রথমখন প্ৰাৰ্থীৰ তালিকা।এতিয়ালৈকে অসম গণ পৰিষদে ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।এই তালিকাখনত ৮টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা প্ৰাৰ্থীসকলৰ নাম উল্লেখ কৰা হৈছে।
কোন সমষ্টিত কোনে পালে প্ৰাৰ্থীত্ব?
১)বোকাখাত- অতুল বৰা।
২)কলিয়াবৰ- কেশৱ মহন্ত।
৩)টিয়ক- ৰেণুপমা ৰাজখোৱা।
৪)দেৰগাওঁ- ভৱেন্দ্ৰ নাথ ভৰালী।
৫)আমগুৰি- প্ৰদীপ হাজৰিকা।
৬)চাবুৱা- পোনাকণ বৰুৱা।
৭)নাওবৈচা- জয়ন্ত খাউণ্ড।
৮)তেজপুৰ- পৃথ্বীৰাজ ৰাভা।
Comments