Classifieds
View All
গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ৭ মার্চ ঃ অসমৰ আই টি এফ টাং ছো ড’ ক্রীড়া সন্থাৰ অধীনত ছয়মাইলস্থিত জয়ানগৰৰ লক্ষ্মী পথত ঈগল মার্চিয়েল আর্টছ এণ্ড যোগ একাডেমি আজি উদ্বোধন কৰে অসম চৰকাৰৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক ধর্মকান্ত মিলিয়ে৷ উদ্বোধনী অনুষ্ঠানত বন্তি প্রজ্বলন কৰে অসম আৰক্ষীৰ ডি আই জি পার্থ সাৰথি মহন্তই৷
নুষ্ঠানত অসম অলিম্পিক সন্থাৰ উপ- সভাপতি বিষ্ণুৰাম নুনিচা, আন্তর্তিক সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, দুর্গা বড়োকে ধৰি ভালেসংখ্যক ক্রীড়াপ্রেমী৷ লকডাউনৰ সময়ত বিশ্ব আৰু এছিয়ান চেম্পিয়নশ্বিপত পদক পোৱাসকলক আজি উক্ত অনুষ্ঠানত সম্বর্ধনা জনোৱা হয় বুলি জানিবলৈ দিছে সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে৷
Comments