Classifieds
View All
৭ মাৰ্চ: মাজুলীত এইবাৰ আকৰ্ষণীয় ৰূপত নিৰ্বাচনী যুঁজ।মাজুলীত মুখ্যমন্ত্ৰী সোণোৱালৰ বিৰুদ্ধে যুঁজ দিব ৰাজীৱলোচন পেগুৱে।সৰ্বানন্দক মাজুলীত প্ৰতিদন্দ্বীতা কৰিব কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে।ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে ৰাজীৱলোচন পেগুৱে টিকট লাভ কৰিছে। ইফালে প্ৰাৰ্থিত্ব লাভ কৰিয়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজীৱলোচন পেগু।ৰাজীৱলোচনৰ মতে মাজুলীত সোণোৱালৰ দিনতেই সৰ্বাধিক দুৰ্নীতি হৈছে।
Comments