Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৯ মাৰ্চ:গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি।
কংগ্ৰেছৰ প্ৰাৰ্থীক টিকট প্ৰদান নকৰাক লৈ অসন্তুষ্টি।
দুটাকৈ সমষ্টিৰ পৰা কংগ্ৰেছ কৰ্মী আহি ঘেৰাও কৰিছে ৰাজীৱ ভৱন।
পূব বিলাসীপাৰা আৰু গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী নিদিলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।
সমষ্টি দুটাৰ কংগ্ৰেছ কৰ্মীয়ে ভোট বৰ্জন কৰিম কিন্তু এ আই ইউ ডি এফক ভোট নিদিও বুলি স্পষ্ট কৰি দিছে।
Comments