Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৯ মাৰ্চ:ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী অসম ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কল্যাণ গগৈৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ।
২০২১ চনৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা টিকট লাভ কৰাত ব্যৰ্থ হোৱাৰ পাছত আজি অসম কংগ্ৰেছৰ সভাপতিক পদত্যাগ পত্ৰ দাখিল কৰিলে কল্যাণ গগৈয়ে।
আশীৰ দশকৰ পৰা কংগ্ৰেছ দলৰ সৈতে জড়িত গগৈয়ে দলৰ বহু গুৰুত্বপূৰ্ণ পদৱীত দায়িত্ব পালন কৰাৰ লগতে যুৱ কল্যাণ বিভাগৰ সংসদীয় সচিৱৰূপে একালত দায়িত্ব পালন কৰিছিল।
কংগ্ৰেছ দলৰ পৰিচয় হানি কৰা এচাম নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল ত্যাগ কৰে নেতা গৰাকীয়ে।
Comments