Classifieds
View All
প্ৰণৱজ্যোতি দত্ত,৯ মাৰ্চ:২০২১ বিধাসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।আজি প্ৰকাশ কৰা তৃতীয়খন তালিকাত দলটোৱে প্ৰথম পৰ্যায় নিৰ্বাচনৰ বাবে আৰু দুজন, দ্বিতীয় পৰ্যায়ৰ এজন আৰু তৃতীয় পৰ্যায়ৰ বাবে ছজন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।
কোনে ক'ত পালে প্ৰাৰ্থীত্ব ?
১) ১১৭ নং লাহোৱাল সমষ্টি: দিব্যজিত দত্ত।
২) ৯৭ নং দেৰগাঁও সমষ্টিৰ: প্ৰবীন দাস।
৩) ৬৫ নং কলাইগাঁও বিধানসভা সমষ্টি:পংকজ শইকীয়া।
৪) ৬০ নং বৰক্ষেত্ৰী সমষ্টি:ৰাছেল হুছেইন।
৫) ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টি:কমল মেধি।
৬) ৫৩ নং গুৱাহাটী পূৱ: দিৱস ফুকন
৭) ৪৪ নং জনিয়া সমষ্টি: আশ্ৰাফুল ইছলাম।
৮) ৩৭ নং গোৱালপাৰা পূৱ: আমিনুল হক।
৯) ৬৩ নং ছাপাগুৰি বিধানসভা সমষ্টি: সুজন দাস।
Comments