৮মাৰ্চ: আজি কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টিত কেইবাজনো গুৰুত্বপূৰ্ণ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব।
কোন সমষ্টিত কোনে দিব মনোনয়ন?
১)বোকাখাতত মনোনয়ন দিব অগপৰ সভাপতি অতুল বৰাই।
২)দুলীয়াজানত মনোনয়ন দিব লুৰীণজ্যোতি গগৈয়ে৷
৩)গহপুৰত মনোনয়ন দিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই৷
৪)শিৱসাগৰত আজি অখিল গগৈৰ হৈ মনোনয়ন পত্ৰ দাখিল৷
৫)ঢকুৱাখনাত মনোনয়ন দিব নৱ কুমাৰ দলেই৷
৬)গোলাঘাটত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী অজন্তা নেওগে।
৭)মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই।
৮)যোৰহাটত মনোনয়ন দিব কংগ্ৰেছৰ ৰানা গোস্বামীয়ে।
৯)লখিমপুৰত মনোনয়ন দিব অগপৰ উংপল দত্তই।
১০)বিহপুৰীয়াত মনোনয়ন দিব কংগ্ৰেছৰ ভূপেন বৰাই।
১১)মাৰ্ঘেৰিটাত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাই৷
১২)নাওবৈচাত মনোনয়ন দিব অগপৰ জয়ন্ত খাউণ্ডে।
১৩)চতিয়াত মনোনয়ন দিব বিজেপিৰ পদ্ম হাজৰিকাই।
১৪)ধেমাজিত মনোনয়ন দিব বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে।
১৫)কলিয়াবৰত মনোনয়ন দিব অগপৰ বিধায়ক কেশৱ মহন্তই।
১৬)জোনাইত মনোনয়ন দিব বিজেপিৰ ভুৱন পেগুৱে।
১৭)থাওৰাত মনোনয়ন দিব কংগ্ৰেছৰ সুশান্ত বুঢ়াগোহাঁয়ে।
১৮)থাওৰাত মনোনয়ন দিব বিজেপিৰ কুশল দুৱৰীয়ে।
১৯)গোলাঘাটৰ মনোনয়ন দিব কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই।
২০)খুমটাইত মনোনয়ন দিব এজেপিৰ পৱন শইকীয়াই।
Comments