Classifieds
View All
তিনিচুকীয়া: ৮ মাৰ্চ: অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত স্কুলনেত ইণ্ডিয়া লিমিটেডৰ দ্বাৰা তিনিচুকীয়া বৰলাইপুলিৰ মহিলা আৰু কিশোৰী সকলৰ লগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। তিনিচুকীয়া পোষণ অভিযানৰ ময়ুৰখি বৰুৱা (প্ৰজেক্ট এছিষ্টেণ্ট ) বৰলাইপুলী এল পি স্কুলৰ শিক্ষয়িত্ৰি জুলি বৰুৱা, মানসী শৰ্মা
সমল ব্যক্তি হিচাপে উপস্থিত থাকে । সভাখনত নাৰী দিৱসৰ তাৎপৰ্য,নাৰীৰ মৰ্যদা, পোষণ মাহ আদিৰ বিষয়ে বক্তা সকলে উল্লেখ কৰে। কিশোৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হয়।
অইল 'শক্তি ' নামেৰে ছেনিটেৰি নেপকিন বিনামূলীয়াকৈ বিতৰণ কৰা হয় ।
Comments