Cartoon
View Older
গুৱাহাটী,১৮ মাৰ্চ: ক'ভিডৰ পিছত নাগালেণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হয় । অহা ২২ মাৰ্চৰ পৰা প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ বাবে বিদ্যালয় সমূহ পুনৰ খুলিবলৈ সাজু কৰি তোলা হৈছে ।
২০২১ চনৰ ১৬ মাৰ্চত, মুখ্য সচিব (গৃহ) অভিজিত সিনহাই বিদ্যালয়সমূহে অনুসৰণ কৰিব লগীয়া অধ্যাদেশ জাৰি কৰিছে।
ইয়াৰ পূৰ্বে,যোৱা বছৰ মাৰ্চৰ পৰা বন্ধ হৈ থকা নাগালেণ্ডৰ বিদ্যালয়সমূহৰ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে ৪ ফেব্ৰুৱাৰী, ২০২১ ৰ পৰা পুনৰ মুকলি কৰা হৈছিল।
Comments