Cartoon
View Older
গুৱাহাটী,১৯ মাৰ্চ: আসন্ন ভাৰত-ইংলেণ্ডৰ মাজত ২৩ মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব লগীয়া এদিনীয়া আন্তঃ ৰাষ্ট্ৰীয় খেলৰ বাবে ঘোষণা ক'ৰা হ'ল ২০ জনীয়া বৃহৎ দল ।
পুনেত অনুষ্ঠিত হ'ব লগীয়া তিনিখন এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হোৱা দলত আছে বহু নতুন মুখ । চলিত ইংলেণ্ড-ভাৰতৰ টি-২০ শৃংখলাত দেখুৱা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে এই সকল নতুন মুখ ।
দলটোত আছে ক্ৰমে: বিৰাট কোহলী (কেপ্টেইন), ৰোহিত শৰ্মা (সহ: কেপ্টেইন), শিখৰ ধাৱান, শুভমন গিল, শ্ৰেয়াস আয়াৰ, সূৰ্য্যকুমাৰ যাদৱ, হাৰ্ডিক পাণ্ডয়া, ঋষভ পন্ত (wk), কে এল ৰাহুল (wk),য়ুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, ক্ৰুনাল পাণ্ডিয়া, ৱাছিংটন সুন্দৰ, টি নটৰাজন, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ. চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, শাৰদুল ঠাকুৰ।
Comments