Cartoon
View Older
গুৱাহাটী,২০ মাৰ্চ: চৌদি আৰৱে ইয়াৰ পুৰুষসকলক পাকিস্তান, বাংলাদেশ, চাদ আৰু ম্যানমাৰৰ মহিলাসকলক বিয়া কৰোৱা নিষিদ্ধ কৰিছে ।
অনানুষ্ঠানিক সংখ্যা অনুসৰি, এই চাৰিখন দেশৰ প্ৰায় ৫,০০,০০০ মহিলা বৰ্তমান তাত বাস কৰি আছে।
বিদেশীক বিয়া কৰিবলৈ ইছা কৰা চৌদি লোকসকলে এতিয়া কঠিন নিয়মৰ সন্মুখীন হ'ব, মক্কা আৰক্ষী সঞ্চালক প্ৰধান আছাফ আল-কুৰেচীয়ে দিয়া বিবৃত্তি মতে এই পদক্ষেপৰ লক্ষ্য হৈছে চৌদি লোকসকলক বিদেশীক বিয়া কৰাত নিৰুৎসাহত কৰা আৰু বিদেশীসকলৰ সৈতে বিবাহৰ ক্ষেত্ৰত কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে ।
বিদেশী মহিলাক বিয়া কৰিব বিচৰা সকলে প্ৰথমে চৰকাৰৰ সন্মতি পাব লাগিব আৰু চৰকাৰী মাধ্যমেৰেহে বিবাহৰ আবেদন দাখিল কৰিব লাগিব ।
Comments