Classifieds
View All
গুৱাহাটী,২৭ মাৰ্চ: অভিনেতা পৰেশ ৰাৱাল শেহতীয়াকৈ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে । সামাজিক মাধ্যমত তেওঁৰ অনুৰাগী সকলক সেই বিষয়ে অৱগত কৰে ।
পৰেশ ৰাৱালে টুইটাৰত লিখিছিল, "দুৰ্ভাগ্যবশতঃ, মই ক'ভিড পজিটিভ হৈছোঁ। যোৱা ১০ দিনত মোৰ সংস্পৰ্শলৈ অহা সকলোবোৰক অনুগ্ৰহ কৰি নিজকে পৰীক্ষা কৰিবলৈ অনুৰোধ কৰিলোঁ।"
ইয়াৰপূর্বে আৰ মাধৱন, আমিৰ খান, কাৰ্তিক আৰিয়ান, মনোজ বাজপেয়ীকে ধৰি বলিউডৰ আন কেই গৰাকী প্ৰসিদ্ধ ব্যক্তিয়ে এই ভাইৰাছ দ্বাৰা সংক্ৰমিত হৈছিল।
Comments