Classifieds
View All
গুৱাহাটী, ৩১ মাৰ্চঃ খ্যাতনামা অভিনেতা তথা ৰাজ্যৰ সুযোগ্য সন্তন আদিল হুছেইনৰ অ'টিটি (OTT) প্লেটৰ্ফমৰ যোগেদি সদ্যহতে মুক্তি পোৱা "The Illegal" ছবি খনে যথেষ্ ভাল সহাৰি লাভ কৰিছে।
সংবাদ মাধ্যমত এটা সাক্ষাৎকাৰত অভিনেতা জনে কয় যে এখন বোলছবিৰ সঠিক মূল্যয়ন ছবিখনে উপাৰ্জন কৰা ধনৰাশিৰ জৰিয়তে কেতিয়াও হ'ব নোৱাৰে আৰু হোৱাটো অনুচিত।
অভিনেতা নে কয় যে বোলছবি সমালোচক সকলে ছবি মূল্যায়ন কৰাৰ বাবে উপযক্ত প্ৰথা আৰু ভাষা নিৰ্ধাৰণ কৰি লোৱাৰ সময় আহি পৰিছে। এই ভাষাটোৱে সংখ্যা, কোটি আদি শব্দ ব্যৱহাৰ নকৰাকৈ বোলছবি সমুহৰ গণাগুণ সম্পৰ্কে মন্তব্য দিব।
Comments