Cartoon
View Older
গুৱাহাটী,৩১ মাৰ্চ: লা পেৰাউজ যৌথ নৌ অনুশীলনৰ প্ৰাকক্ষণত দুখন ফৰাচী যুদ্ধজাহাজে ক'চিৰ বন্দৰত অৱতৰণ কৰিছে ।
এখন হেলিকপ্টাৰ কেৰিয়াৰ জাহাজ,লা ফায়েট-শ্ৰেণীৰ ফ্ৰীগেট জাহাজ,চুৰকফ চাবমেৰিনখন ১ এপ্ৰিললৈকে কোচিত থাকিব, আৰু তাৰ পিছত ৫ ৰ পৰা ৭ এপ্ৰিললৈ যৌথ অনুশীলনৰ বাবে বংগোপ সাগৰলৈ যাত্ৰা কৰিব ।
এয়া প্ৰথমবাৰৰ বাবে ফৰাচী নৌবাহিনীয়ে কোৱাড ৰাষ্ট্ৰ ভাৰত,অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিজন সদস্যৰ সৈতে এক যৌথ ড্ৰিলত অংশগ্ৰহণ কৰিছে ।
Comments