Cartoon
View Older
গুৱাহাটী,২ এপ্ৰিল: নির্বাচন আয়োগৰ জাননী সন্দর্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিত্ত ডঃ হিমন্ত বিশ্ব শর্মাই। মন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে তেওঁৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিটিছিত নির্বাচনী প্ৰচাৰৰ সময়ত হাগ্ৰামা মহিলাৰীক জে'ল যাৱ লাগিব বুলি কৈ আক্ৰমণাত্মক হৈ পৰিছিল ।
ইয়াৰ পাছতে কংগ্ৰেছে ফলৰ লোকে নির্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰে। কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আৰু নিৰ্বাচনী আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননীৰ ভিত্তিত টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে— ‘আমাৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়াত চাঞ্চল্যকৰ তথ্য আৰু অধিক উন্মোচিত কৰা হ’ব।’
তদুপৰি তেওঁ কয় বিটিআৰত নতুন উগ্ৰবাদী কার্যকলাপ সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ সংবাদমাধ্যমে বিকৃতভাৱে প্ৰচাৰ কৰে।
Comments