Classifieds
View All
গুৱাহাটী, ২ এপ্ৰিলঃ টাইৱানত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে।
দুৰ্ঘটনাত নিহত হয় জন ৩৬ ব্যক্তি আৰু আহত প্ৰায় ৭২ জন ব্যক্তি ।দুৰ্ঘটনাগ্ৰস্ত ৰেলখনে প্ৰায় ৩৫০ ৰো অধিক যাত্ৰী কঢ়িয়াই আনিছিল। জানিব পৰা মতে আজি ৰাতিপুৱা ৰেলখনে এটি পাকযুক্ত সুৰংগ পাৰ হ'বলৈ ধৰোঁতেই লাইনচ্যুত হৈ দুৰ্ঘটনা সংঘটিত হয়।
Comments