Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃএইবাৰ এমালগেমেটেড প্লেনটেশ্যন প্ৰাঃলিঃক ভাবুকি আলফা স্বাধীনৰ।প্ৰশাসনিক কাৰ্যালয় শীঘ্ৰে অসমলৈ স্থানান্তৰৰ দাবী আলফাৰ।
কোম্পানীটোত কেৱল থলুৱা যুৱক-যুৱতীক নিযুক্তিৰো দাবী জনাইছে আলফাই।অন্যথা কোম্পানীটোৰ ব্যৱসায় বন্ধ কৰাৰ ভাবুকি আলফা স্বাধীনৰ।
প্ৰয়োজন হ’লে কোম্পানীটোৰ কৰ্মচাৰীক অসমত ভ্ৰমণ কৰিবলৈ নিদিয়াৰ লগতে এমালগেমেটেড প্লেনটেশ্যন প্ৰাঃলিঃৰ সকলো বাগিচা বন্ধ কৰাৰ হুমকি দিছে আলফাই।
Comments