Classifieds
View All
গুৱাহাটী,৮ এপ্ৰিল: পশ্চিম বংগৰ নিৰ্বাচনত বিজেপিয়ে এইবাৰ খেলিছে সাধাৰণ মানুহৰ আবেগৰ ট্ৰাম্প কাৰ্ড । অসমৰ দৰেই হেভি ৱেইট প্ৰচাৰক সকলে এতিয়া সঘনে খাদ্য গ্ৰহণ কৰিছে শ্ৰমিক সকলৰ ঘৰত ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে ডমজুৰ বিধানসভা সমষ্টিৰ এটা ৰোড শ্ব' সমাপ্ত কৰাৰ পিছত হাওৰাহ জিলাৰ এজন 'ৰিক্সাৱালা'ৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল।
মজিয়াত বহি শ্বাহে চাউল, দাইল, পাচলি আৰু চালাডৰ এটা সৰল ব্যঞ্জন গ্ৰহৰ কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সৈতে বিজেপি প্ৰাৰ্থী চাৰিজন ডমজুৰ ৰাজীব বেনাৰ্জী আৰু অন্যান্য নেতাও আছিল।
Comments