Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃউৎকোচ লোৱাৰ অভিযোগত দোষী সাব্যস্ত হ’ল এচিএছ বিষয়া নন্দিতা কোঁৱৰ৷শাস্তি হিচাপে এচিএছ বিষয়া নন্দিতা কোঁৱৰক ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে আদালতে৷
আন এটা ধাৰাতো নন্দিতা কোঁৱৰক ৩ বছৰৰ কাৰাদণ্ডৰ হুকুম আদালতৰ৷
উল্লেখযোগ্য যে,ঠিকাদাৰৰ পৰা ২০ হাজাৰ টকা লৈ হাতে-লোতে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ৷গ্ৰেপ্তাৰৰ সময়ত DRDA ৰ প্ৰকল্প সঞ্চালক আছিল নন্দিতা কোঁৱৰ।
Comments