Cartoon
View Older
গুৱাহাটী,৯ এপ্ৰিল:অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ বাবে কাৰ্যসূচী মুকলি কৰে।
এ.এইচ.এছ.ই.চি.-ৰ অধীনত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা ৪ মে'ৰ পৰা আৰম্ভ হ'ব।
সময়-তালিকাখন :
Comments