Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃভাৰতত দ্ৰুত গতিত পুনৰ সংক্ৰমণ হৈছে মহামাৰী কৰ'নাৰ।এতিয়াও বহুলোকে ভেকচিন ল’বৰ বাবে সংকোচ আৰু শংকা প্ৰকাশ কৰি আহিছে।এনে পৰিস্থিতিত সাধাৰণ জনতাক ভেকচিন গ্ৰহণৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ গুজৰাটৰ ৰাজকোটতত গ্ৰহণ কৰা হৈছে এক অভিনৱ ব্যৱস্থা।
ৰাজকোটত ব্যৱসায়ীসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ।ভেকচিন গ্ৰহণ কৰা প্ৰতিগৰাকী মহিলা-যুৱতীকে ৰাজকোটত উপহাৰ হিচাবে আগবঢ়োৱা হৈছে একোটিকৈ সোণৰ কাণফুলি।পুৰুষ সকলকো আগবঢ়োৱা হৈছে একোটিকৈ হেণ্ড ব্ৰেণ্ডাৰ।
উপহাৰ লাভৰ আশাতে এতিয়া গুজৰাটৰ ৰাজকোটত বহুতে কোভিডৰ ভেকচিন ল’বলৈ আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে।
Comments