Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃকৰ’নাৰ সংক্ৰমণ বৃদ্ধি হ’লে গুৱাহাটীত জাৰি হ’ব পাৰে ১৪৪ ধাৰা৷
শিক্ষানুষ্ঠানসমূহক ক’ভিড বিধি মানিবলৈ নিৰ্দেশ মহানগৰ জিলা উপায়ুক্তৰ৷
কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লে আকৌ বন্ধ হ’ব পাৰে শিক্ষানুষ্ঠান৷
পুনৰ প্ৰৱৰ্তন হ’ব পাৰে অনলাইন পাঠদান৷
আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লে এই ব্যৱস্থা লোৱা হ’ব৷
Comments