Classifieds
View All
গুৱাহাটী, ৮ এপ্ৰিলঃইণ্ডিয়ান আইডলৰ জনপ্ৰিয় প্ৰতিযোগী পৱনদীপ ৰাজন কৰ'নাত আক্ৰান্ত হৈছে।পৱনদীপ ৰাজনৰ কৰ'না টেষ্টৰ ৰিজাল্ট পজিটিভ আহিছে।পৱনদীপ ৰাজনক বৰ্তমান হোটেলৰ এটা কোঠাত কোৱাৰেণ্টাইন কৰা হৈছে।
সুস্থ হোৱাৰ পিছতহে তেওঁ শ্ব’লৈ উভতিব পাৰিব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে,পৱনদীপ কৰ'নাত আক্ৰান্ত হোৱাৰ পিছত শ্ব’ৰ আন সকলো প্ৰতিযোগী, বিচাৰক আৰু হোষ্টৰ লগতে ছেটলৈ আহিবলগীয়া আৰু বেকষ্টেজ শ্ব’ৰ সৈতে জড়িত লোকসকলৰ ক'ভিড টেষ্ট কৰোৱা হৈছে।
Comments