Classifieds
View All
গুৱাহাটী,৮ এপ্ৰিলঃ ক্ৰমাগত ভয়ংকৰ হৈ অহা দেশজোৰা ক'ভিড পৰিস্থিতিৰ পৰিপেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলক ১১ এপ্ৰিল পৰা ১৪ এপ্ৰিল লৈকে টিকাকৰণ উৎসৱ উদযাপন কৰি ৰাজ্য সমুহত ৪৫ বছৰৰ উদ্ধৰ লোকসকলক প্ৰতিষেধক ছিটা লোৱাত সহায় কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা এখন ভাৰ্চুৱেল বৈঠক প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেক ৰাজ্যৰ গভৰ্ণৰ আৰু মুখ্যমন্ত্ৰী সকলক সৰ্বদলীয় বৈঠক আয়োজন কৰি ক'ৰনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখন তীব্ৰতৰ কৰি তোলাত গুৰুত্ব দিয়ে।
প্ৰধানমন্ত্ৰীয়ে আজি যিমান পাৰে বেচিকৈ ক'ৰনা টেষ্ট কৰাত গুৰুত্ব আৰোপ কৰে।
Comments